Type Here to Get Search Results !

assamese love shayari| असमीज शायरी

 assamese love shayari| असमीज शायरी


মন দি মনৰ আপোন হৈছিলা
আৰু এতিয়া
দুখ দি দুখৰ সমভাগী হবা বিছাৰিচা।
-------------------------------------------------

পৰিস্থিতিৰ লগত যুদ্ধ কৰি আছো
লৰালিৰ পৰা
তোমাৰ এই প্ৰতাৰণাই মোক
তিলমাত্ৰেও লক্ষ্যত বিচলিত কৰিব নোৱাৰা।
-------------------------------------------------

Assamese caption for love

ধন যিমানেই ঘটা লাগিলে
সদায় প্ৰয়োজনতকৈ কম হয়
ঠিক সেইদৰে
প্ৰিয়জনক প্ৰেম যিমানেই নকৰা লাগিলে
অলপ কম অনুভৱ হয়েই।
-------------------------------------------------

অন্তৰৰ আবেগ বুজিব পৰা
মনৰ বেদনা নিষ্কাষণ কৰা
কত পোৱা যায় এনে প্ৰেমাস্পদ
যাৰ বাবে অন্তৰৰ আৱেগ বুজিবলৈ
মনৰ সাঁফৰখন খুলি দিওঁ
সেইজনে মনৰ সুখবৰ নিষ্কাষণ কৰি যায়।
-------------------------------------------------

অসমীয়া ৰোমাণ্টিক বাক্য

তোমাৰ প্ৰেম এক নিচা
নাজানো সঁচা নে মিছা
যিয়েই নহওঁক লাগিলে
তোমাৰ অবিহনে হৈছোঁ
মই অন্তৰৰ পৰা দুখীয়া।
-------------------------------------------------

মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
-------------------------------------------------

অসমীয়া প্ৰেমৰ অনুভৱ

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।
-------------------------------------------------

তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)
-------------------------------------------------

Assamese love shayari in english

মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
-------------------------------------------------

হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...
চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।
পামনে মই নে মই পাম তোমাক?
-------------------------------------------------

Assamese love shayari for him

হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি
Love React অতি মূল্যৱান।
-------------------------------------------------

তুমি মোৰ First Love নাছিলা,
কিন্তু মই কথা দিলোঁ তুমিয়ে
মোৰ Last Love থাকিবা।
-------------------------------------------------

Assamese love shayari for girlfriend

সুখত নহয়, মই দুখতেই সুখী,
সুখবোৰ তেওঁকে দিয়া ভগৱান
যাক মই নিজতকৈও বেছি ভালপাওঁ।
-------------------------------------------------

SACRIFICE আমি তেতিয়াই কৰো, 
যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো।
-------------------------------------------------

তোমাৰ Message আহিলে মাথোঁ,
মোৰ মোবাইল Vibrate নহয়,
মোৰ হৃদয়খনো Vibrate হয়।

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad